Assamese Opposite Word Start With Kh - খ দিয়া অসমীয়া বিপৰীত শব্দ

Assamese Opposite Word Start With Kh - খ দিয়া  অসমীয়া বিপৰীত শব্দ, অসমীয়া বিপৰীত শব্দ তালিকা, অমৃত বিপৰীত শব্দ, বিপৰীত শব্দ প্ৰাচীন, বলী বিপৰীত শব্দ, পুৰস্কাৰ বিপৰীত শব্দ, বিপদ বিপৰীত শব্দ, বিপৰীত শব্দ পার্থক্য, বিপৰীত শব্দ হর্ষ |

Assamese Opposite Word Start With Kh - খ দিয়া  অসমীয়া বিপৰীত শব্দ, অসমীয়া বিপৰীত শব্দ তালিকা অমৃত বিপৰীত শব্দ বিপৰীত শব্দ প্ৰাচীন বলী বিপৰীত শব্দ পুৰস্কাৰ বিপৰীত শব্দ বিপদ বিপৰীত শব্দ বিপৰীত শব্দ পার্থক্য বিপৰীত শব্দ হর্ষ
Assamese Opposite Word Start With Kh - খ দিয়া  অসমীয়া বিপৰীত শব্দ


  খ দিয়া বিপৰীত শব্দ  

1. খৰগতি- বীৰগতি

2. খৰালি-জহকালি

3. খালী-ভৰ্তি

4. খাল-বাম

5. খোৱা-নোখোৱা

6. খাদ্য-অখাদ্য

7. খং - ৰং

8. খৰচ - জমা

9. খহটা - মিহী

10. খণ্ড - অখণ্ড

11. খৰখেদা - লাহে - ধীৰে

12. খৰালি - বাৰিষা

13. খলনাময়ক - নায়ক

14. খৰচী - মিতব্যয়ী

15. খণ্ডিত - অখণ্ডিত

16. খণ্ডবাক্য - পূৰ্ণবাক্য

17. খঙাল - ৰঙিয়াল 

18. খৰতকীয়া - লেহেমীয়া 

19. খাদ্য - অকাদ্য 

20. খুচুৰা - পাইকাৰী 

21. খ্যাত - অখ্যাত 

22.  খাঁতি - ভেজাল 

23. খাল - বাম

24. খোলা - বন্ধ

25. খীণ - শকত

26. খাৰিফশস্য - ৰবিশস্য

27. খোকোজা - খলখলীয়া

28. খ্যাতি - অখ্যাতি

29. খুৰা - খুৰী

30. খালী - ভৰ্তি

Post a Comment

Follow Us For Future Updates.

Previous Post Next Post