Assamese Opposite Word Start With K - ক দিয়া অসমীয়া বিপৰীত শব্দ

```html

Assamese Opposite Words Starting With K (ক দিয়া অসমীয়া বিপৰীত শব্দ)

Assamese Opposite Words Starting With K
Assamese Opposite Words Starting With K

Introduction

Assamese opposite words (বিপৰীত শব্দ) are words that have opposite meanings. Learning opposite words improves vocabulary, grammar, reading and writing skills. This article contains Assamese opposite words beginning with the letter "ক".

What are Opposite Words?

Opposite words are words whose meanings are completely different from each other. They are commonly used in Assamese grammar and vocabulary development.

Assamese Opposite Words Starting With K

Word Opposite Word
কৃতকাৰ্যতাঅকৃতকাৰ্যতা
কৃতজ্ঞঅকৃতজ্ঞ
কাপুৰুষসাহসী
কঠিনসহজ
কোমলকঠিন
কৃশস্থূল
ক'লাবগা
ককৰ্থনাপ্ৰশংসা
কৰ্কশমিহি
ক'লীবগী
কইনাবৰ
কঙালীভূগালী
কৰ্মঅকৰ্ম
কান্দোনহাঁহি
ক্লান্তঅক্লান্ত
কৰণীয়অকৰণীয়
কল্পনাবাস্তৱ
কনিষ্ঠজ্যেষ্ঠ
কপটঅকপট
কাৰ্যকৰীঅকাৰ্যকৰী
কিঞ্চিতপ্ৰচুৰ
কান্দহাঁহ
কমবেছি
কথনীয়অকথনীয়
কম্পিতঅকম্পিত
কৰ্তৃত্বঅকৰ্তৃত্ব
কপটীয়াঅকপটীয়া
কৰ্তব্যঅকৰ্তব্য
কৰযুক্তকৰমুক্ত
কৰাইচখৰছী
কাল্পনিকবাস্তৱিক
কন্যাপুত্ৰ
কদৰ্যধুনীয়া
কথিতঅকথিত
কুপথসুপথ
কুৰুচিসুৰুচি
কুশ্ৰীসুশ্ৰী
কৃষ্ণাংগশ্বেতাংগ
কু-বাদসু-বাদ
কুখ্যাতসুখ্যাত
কুটিলসৰল
কুলক্ষণসুলক্ষণ
কুমেৰুসুমেৰু
কুতসাপ্ৰশংসা
কুফলসুফল
কিনবিক
কুনামসুনাম
কুৰূপসুৰূপ
কুতসিতসুন্দৰ
কিশোৰকিশোৰী
কুলক্ষণীসুলক্ষণী
কুমলীয়াপূৰঠ
কুদৃষ্টিশুভদৃষ্টি
কৃতকাৰ্যঅকৃতকাৰ্য
কৃষিপ্ৰধানউদ্যোগপ্ৰধান
কোমনকঠিন
ক্লেশঅক্লেশ
কেঁকুৰিপোন
কৃপাময়কৃপাহীন
কৰ্মেন্দ্ৰিয়জ্ঞানেন্দ্ৰিয়
কৃত্যঅকৃত্য
কেঁচাপকা

Assamese Opposite Words Starting With Kh (খ দিয়া অসমীয়া বিপৰীত শব্দ)

Word Opposite Word
খৰগতিবীৰগতি
খৰালিজহকালি
খালীভৰ্তি
খালবাম
খোৱানোখোৱা
খাদ্যঅখাদ্য
খংৰং
খৰচজমা
খহটামিহী
খণ্ডঅখণ্ড
খৰখেদালাহে-ধীৰে
খৰালিবাৰিষা
খলনায়কনায়ক
খৰচীমিতব্যয়ী
খণ্ডিতঅখণ্ডিত
খণ্ডবাক্যপূৰ্ণবাক্য
খঙালৰঙিয়াল
খৰতকীয়ালেহেমীয়া
খাদ্যঅখাদ্য
খুচুৰাপাইকাৰী
খ্যাতঅখ্যাত
খাঁটিভেজাল
খালবাম
খোলাবন্ধ
খীণশক্ত
খাৰিফশস্যৰবিশস্য
খোকোজাখলখলীয়া
খ্যাতিঅখ্যাতি
খুৰাখুৰী
খালীভৰ্তি

Assamese Opposite Words Starting With G (গ দিয়া অসমীয়া বিপৰীত শব্দ)

Word Opposite Word
গধুৰপাতল
গভীৰতৰল
গুৰুলঘু
গুণদোষ
গুণীনিৰ্গুণী
গুৰুশিষ্য
গহীনচঞ্চল
গ্ৰহণবৰ্জন
গোপণপ্ৰকাশ
গৰিষ্ঠিলঘিষ্ঠ
গৃহস্থীসন্ন্যাসী
গোচৰীয়াপদকীয়া
গগনপাতাল
গদ্যপদ্য
গমনআগমন
গতঅনাগত
গতিস্থিতি
গণিকাসতী
গতিশীলস্থিতিশীল
গভীৰঅগভীৰ
গতানুগতিকঅগতানুগতিক
গতিশক্তিস্থিতিশক্তি
গধূলিপুৱা
গঠনভাঙোন
গম্ভীৰচঞ্চল
গায়কগায়িকা
গাইবলদ
গৰিষ্ঠলঘিষ্ঠ
গ্ৰীষ্মকালশীতকাল
গাভৰুডেকা
গুৰিআগ
গাওঁনগৰ
গৰলঅমৃত
গৰিহণাপ্ৰশংসা
গুণফলভাগফল
গিৰীয়েকঘৈণীয়েক
গা-গধুৰগা-পাতল
গৰ্হিতপ্ৰশংসনীয়
গম্যঅগম্য
গুপ্তমুক্ত
গিৰীহঁতগিৰীহঁতনী
গাঁৱলীয়াচহৰীয়া
গ্লানিযশখ্যাতি
গৰমঠাণ্ডা
গুৰুত্বলঘুত্ব
গৌৰশ্যাম
গ্ৰীষ্মশীত
গ্ৰামাঞ্চলনগৰাঞ্চল
গোটাচেপেটা
গোপনীয়অগোপনীয়
গ্ৰহনক্ষত্ৰ
গোলামমালিক
গৌৰৱঅগৌৰৱ
গ্ৰেপ্তাৰমুক্তি
গ্ৰহীতাদাতা
গ্ৰাহ্যবৰ্জ্য
গৌণমূখ্য
গোপনপ্ৰকাশ
গ্ৰহণীয়বৰ্জনীয়
গোমাফৰকাল

Importance of Opposite Words

  • Improves Assamese vocabulary.
  • Helps students in examinations.
  • Strengthens grammar skills.
  • Improves writing and communication.
  • Useful for competitive exams.

Frequently Asked Questions

What are opposite words?

Opposite words are words that have completely opposite meanings.

What is the opposite of কৃতজ্ঞ?

The opposite of কৃতজ্ঞ is অকৃতজ্ঞ.

What is the opposite of কঠিন?

The opposite of কঠিন is সহজ.

What is the opposite of কম?

The opposite of কম is বেছি.

Why learn Assamese opposite words?

They improve vocabulary, grammar and language skills.

More Topics

```
Previous Post Next Post