Assamese Opposite Word Start With G - গ দিয়া অসমীয়া বিপৰীত শব্দ

Assamese Opposite Word Start With G - গ দিয়া  অসমীয়া বিপৰীত শব্দ, অসমীয়া বিপৰীত শব্দ তালিকা, বিপৰীত শব্দ প্ৰাচীন, অমৃত বিপৰীত শব্দ, পুৰস্কাৰ বিপৰীত শব্দ, বিপদ বিপৰীত শব্দ, বলী বিপৰীত শব্দ, বিপৰীত শব্দ পার্থক্য, বিপৰীত শব্দ অৰ্থ |

Assamese Opposite Word Start With G - গ দিয়া  অসমীয়া বিপৰীত শব্দ, অসমীয়া বিপৰীত শব্দ তালিকা, বিপৰীত শব্দ প্ৰাচীন, অমৃত বিপৰীত শব্দ, পুৰস্কাৰ বিপৰীত শব্দ, বিপদ বিপৰীত শব্দ, বলী বিপৰীত শব্দ, বিপৰীত শব্দ পার্থক্য, বিপৰীত শব্দ অৰ্থ |
Assamese Opposite Word Start With G - গ দিয়া  অসমীয়া বিপৰীত শব্দ


  গ দিয়া বিপৰীত শব্দ  

1. গধুৰ- পাতল

2. গভীৰ-তৰল

3. গাফিলতি-

4. গভীৰ- তৰল

5. গভীৰ-তৰল

6. গুৰু-লঘু

7. গধুৰ- পাতল

8. গুণ- দোষ

9. গুণী- নিৰ্গুণী

10. গুৰু-শিষ্য

11. গহীন- চঞ্চল

12. গ্ৰহণ- বৰ্জন

13. গোপণ- প্ৰকাশ

14. গধুৰ- পাতল

15. গৰিষ্ঠি- লঘিষ্ঠ

16. গভীৰ- তৰাং

17. গৃহস্থী- সন্ন্যাসী

18. গোচৰীয়া- পদকীয়া

19. গগন - পাতাল

20. গদ্য - পদ্য

21. গমন - আগমন

22. গত - অনাগত

23. গতি - স্থিতি

24. গণিকা - সতী

25. গতিশীল - স্থিতিশীল

26. গধুৰ - পাতল

27. গভীৰ - অগভীৰ

28. গতানুগতিক - অগতানুগতিক

29. গতিশক্তি - স্থিতিশক্তি

30. গধূলি - পুৱা

31. গঠন - ভাঙোন

32. গম্ভীৰ - চঞ্চল

33. গুণী - নিৰ্গুণী

34. গুৰু - শিষ্য

35. গায়ক - গায়িকা

36. গাই - বলদ

37. গৰিষ্ঠ - লঘিষ্ঠ

38. গ্ৰীষ্মকাল - শীতকাল

39. গাভৰু - ডেকা

40. গহীন - চঞ্চল

41. গুৰি - আগ

42. গাওঁ - নগৰ

43. গৰল - অমৃত

44. গৰিহণা - প্ৰশংসা

45. গুচৰীয়া - পদকীয়া

46. গুণফল - ভাগফল

47. গুৰু - লঘু

48. গিৰীয়েক - ঘৈণিয়েক

49. গা - গধুৰ - গা - পাতল

50. গুৰি - আগ

51. গৰ্হিত - প্ৰশংসনীয়

52. গম্য - অগম্য

53. গুপ্ত - মুক্ত

54. গিৰীহঁত - গিৰীহঁতনী

55. গুণ - দোষ

56. গাঁৱলীয়া - চহৰীয়া

57. গ্লানি - যশচ্যা

58. গৰম - ঠাণ্ডা

59. গুৰুত্ব - লঘুত্ব

60. গৌৰ - শ্যাম

61. গ্ৰহণ - বৰ্জন

62. গ্ৰীষ্ম - শীত

63. গ্ৰামাঞ্চল - নগৰাঞ্চল

64. গোটা - চেপেটা

65. গোপনীয় - অগোপনীয়

66. গ্ৰহ - নক্ষত্ৰ

67. গোলাম - মালিক

68. গৌৰৱ - অগৌৰৱ

69. গ্ৰেপ্তাৰ - মুক্তি

70. গ্ৰহীতা - দাতা

71. গ্ৰাহ্য - বৰ্জ্য

72. গৌণ - মূখ্য

73. গোপন - আকাশ

74. গ্ৰহণীয় - বৰ্জনীয়

75. গোচৰীয়া - পদকীয়া

76. গোমা - ফৰকাল

Post a Comment

Follow Us For Future Updates.

Previous Post Next Post