Assamese Opposite Word Start With G - গ দিয়া অসমীয়া বিপৰীত শব্দ, অসমীয়া বিপৰীত শব্দ তালিকা, বিপৰীত শব্দ প্ৰাচীন, অমৃত বিপৰীত শব্দ, পুৰস্কাৰ বিপৰীত শব্দ, বিপদ বিপৰীত শব্দ, বলী বিপৰীত শব্দ, বিপৰীত শব্দ পার্থক্য, বিপৰীত শব্দ অৰ্থ |
Assamese Opposite Word Start With G - গ দিয়া অসমীয়া বিপৰীত শব্দ |
গ দিয়া বিপৰীত শব্দ
1. গধুৰ- পাতল
2. গভীৰ-তৰল
3. গাফিলতি-
4. গভীৰ- তৰল
5. গভীৰ-তৰল
6. গুৰু-লঘু
7. গধুৰ- পাতল
8. গুণ- দোষ
9. গুণী- নিৰ্গুণী
10. গুৰু-শিষ্য
11. গহীন- চঞ্চল
12. গ্ৰহণ- বৰ্জন
13. গোপণ- প্ৰকাশ
14. গধুৰ- পাতল
15. গৰিষ্ঠি- লঘিষ্ঠ
16. গভীৰ- তৰাং
17. গৃহস্থী- সন্ন্যাসী
18. গোচৰীয়া- পদকীয়া
19. গগন - পাতাল
20. গদ্য - পদ্য
21. গমন - আগমন
22. গত - অনাগত
23. গতি - স্থিতি
24. গণিকা - সতী
25. গতিশীল - স্থিতিশীল
26. গধুৰ - পাতল
27. গভীৰ - অগভীৰ
28. গতানুগতিক - অগতানুগতিক
29. গতিশক্তি - স্থিতিশক্তি
30. গধূলি - পুৱা
31. গঠন - ভাঙোন
32. গম্ভীৰ - চঞ্চল
33. গুণী - নিৰ্গুণী
34. গুৰু - শিষ্য
35. গায়ক - গায়িকা
36. গাই - বলদ
37. গৰিষ্ঠ - লঘিষ্ঠ
38. গ্ৰীষ্মকাল - শীতকাল
39. গাভৰু - ডেকা
40. গহীন - চঞ্চল
41. গুৰি - আগ
42. গাওঁ - নগৰ
43. গৰল - অমৃত
44. গৰিহণা - প্ৰশংসা
45. গুচৰীয়া - পদকীয়া
46. গুণফল - ভাগফল
47. গুৰু - লঘু
48. গিৰীয়েক - ঘৈণিয়েক
49. গা - গধুৰ - গা - পাতল
50. গুৰি - আগ
51. গৰ্হিত - প্ৰশংসনীয়
52. গম্য - অগম্য
53. গুপ্ত - মুক্ত
54. গিৰীহঁত - গিৰীহঁতনী
55. গুণ - দোষ
56. গাঁৱলীয়া - চহৰীয়া
57. গ্লানি - যশচ্যা
58. গৰম - ঠাণ্ডা
59. গুৰুত্ব - লঘুত্ব
60. গৌৰ - শ্যাম
61. গ্ৰহণ - বৰ্জন
62. গ্ৰীষ্ম - শীত
63. গ্ৰামাঞ্চল - নগৰাঞ্চল
64. গোটা - চেপেটা
65. গোপনীয় - অগোপনীয়
66. গ্ৰহ - নক্ষত্ৰ
67. গোলাম - মালিক
68. গৌৰৱ - অগৌৰৱ
69. গ্ৰেপ্তাৰ - মুক্তি
70. গ্ৰহীতা - দাতা
71. গ্ৰাহ্য - বৰ্জ্য
72. গৌণ - মূখ্য
73. গোপন - আকাশ
74. গ্ৰহণীয় - বৰ্জনীয়
75. গোচৰীয়া - পদকীয়া
76. গোমা - ফৰকাল